সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি সমাৰোহ

সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি সমাৰোহ

সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব বৃহৎ নিযুক্তি সমাৰোহ। নিযুক্তি সমাৰোহত একেলগে নিযুক্তি পত্ৰ লাভ কৰিব ২৩ সহস্ৰাধিকে। নিয়মীয়া নহয়, নিয়মীয়া পদতহে হ’ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি। বিশেষ নিযুক্তিৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব ৰাজ্য চৰকাৰে।

Shahnawaz Hamza

Related