তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা; শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে
তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয়ৰ তথ্য । উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং ছিণ্ডিকেটতো ধন বিনিয়োগৰ তথ্য লাভ। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী। সম্প্ৰতি চুমি বৰাৰ কল হিষ্ট্ৰী নিৰীক্ষণ কৰিছে আৰক্ষীয়ে। চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ।