নগৰবেৰাৰ টুপামাৰী বদলা কাটাখালত ভয়ংকৰ ঘটনা; জৰাজীৰ্ণ দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ছাত্ৰ
দলঙৰ ওপৰতেই ওলমি ৰ’ল স্কুলবেগ, চাইকেল। একাংশ লোকৰ তৎপৰতাত মাছমৰীয়াই উদ্ধাৰ কৰে ছাত্ৰজনক। ছাত্ৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ।
গুৱাহাটী টাইমচ