Advertisement

ADRE প্ৰশ্নকাকত ভাইৰেল ঘটনাৰ লগত জড়িতৰ অভিযোগত আটক শিক্ষক

ADRE প্ৰশ্নকাকত ভাইৰেল ঘটনাৰ লগত জড়িতৰ অভিযোগত আটক শিক্ষক

ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ তথ্য। উপেন্দ্ৰ নেচনেল একাডেমীৰ অধক্ষ্য বিমল মুছাহাৰীকো সোধা-পোছা আৰক্ষীৰ। DC, SPৰ উপস্থিতিত সোধা-পোছা। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত আজি ভাইৰেল হৈছিল প্ৰশ্নকাকত।

Shahnawaz Hamza