উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

🔵 বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১

🔵 SCৰ ৫ জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায়

🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ

🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ

GTM Desk