ভোটগণনা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধত সমদল, শ্ল’গানত নিষেধাজ্ঞা

ভোটগণনা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধত সমদল, শ্ল’গানত নিষেধাজ্ঞা
  • ভোটগণনাক লৈ কামৰূপ মহানগৰ জিলা প্রশাসনৰ বিশেষ নিৰ্দেশনা
  • মণিৰাম দেৱান বাণিজ্য কেন্দ্রক লৈ কেইবাটাও নিৰ্দেশনা প্রশাসনৰ
  • মণিৰাম দেৱান বাণিজ্য কেন্দ্রত স্থাপন কৰা হৈছে ৫টা সমষ্টিৰ ষ্ট্রংৰূম
  • কেন্দ্রটোৰ ২০০মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা
  • লগতে কোনো ধৰণৰ বিজয়ী সমদল, শ্লোগান দিয়াৰ ক্ষেত্রতো বাধা আৰোপ
  • এই নিৰ্দেশনা ভংগ কৰিলে BNSSৰ ১৬৩নং ধাৰাৰ অধীনত লোৱা হ’ব আইনী ব্যৱস্থা

Desk Admin