মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ

🔘 অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিলে এজাহাৰ।

🔘 মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনা সন্দৰ্ভত উচটনিমূলক মন্তব্য প্ৰদান কৰাৰ অভিযোগত দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল।

GTM Desk