কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! মাধ্যমিক আৰু PG টেটৰ পৰিৱৰ্তে এতিয়াৰে পৰা অনুষ্ঠিত হ’ব টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা
🔘 পূৰ্বৰ দুটা প্ৰক্ৰিয়াৰ ঠাইত এতিয়া এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিৰ্বাচিত হ’ব শিক্ষক।
🔘 শিক্ষকৰ পদ অনুপাতে হে দিয়া হ’ব নিযুক্তি।
🔘 শিক্ষকৰ পদ অনুপাতে হে দিয়া হ’ব নিযুক্তি।