Author: GTM Desk

হিন্দু ধৰ্মত কৰবী ফুলক কিয় ইমান মহত্ব দিয়া হয়? মা-লক্ষ্মীৰ লগত আছে কৰবী ফুলৰ ডাঙৰ সম্পৰ্ক

হিন্দু ধৰ্মত কৰবী ফুলক কিয় ইমান মহত্ব দিয়া হয়? মা-লক্ষ্মীৰ লগত আছে কৰবী ফুলৰ ডাঙৰ সম্পৰ্ক

আপোনালোক সকলোৱে হয়টো নিশ্চয় জানে কৰবী ফুলৰ বিষয়ে। বগা ,ৰঙা, আৰু হালধীয়া  ৰঙৰ ফুল ভগৱান শিৱৰ প্ৰিয়। এই ফুল কেৱল ভগৱান শিৱৰে প্ৰিয় নহয়, ভগৱান বিষ্ণু আৰু  দেৱী লক্ষ্মীৰো অতি প্ৰিয় ফুল। আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈও এই ফুল পূজাত আগবঢ়াব পাৰে। কৰবী ফুলৰ আছে আন বহুতো বিশ্বাস। ইয়াৰ

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

মেষ ৰাশি আপুনি আজি নিজৰ উগ্ৰ আচৰণ আৰু জেদ ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিশ্ৰমৰ ফল নোপোৱাৰ ফলত নিৰাশ হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি সময় আপোনাৰ বাবে অনুকূল নহয়। সন্তানক লৈ চিন্তা থাকিব। নভৱা–নিচিন্তাকৈ কোনো কাম নকৰিব। চৰকাৰী কামত সফলতা। বৃষ ৰাশি আজি আপুনি

মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ বিশ্বনাথৰ শশাংকৰ মৃতদেহ!

মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ বিশ্বনাথৰ শশাংকৰ মৃতদেহ!

বিশ্বনাথৰ ফটিকাবস্তিত বুঢ়িগাং নৈত গা-ধুই থকা অৱস্থাত সন্ধানহীন হোৱা যুৱক শশাংক কটকীৰ ঘটনাৰ নতুন মোৰ৷ বনভোজ খাবলৈ অহা বন্ধুৱে মিলি শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰিজনকৈ বন্ধুক৷ আটক কৰা কেইজন ক্ৰমে চতিয়াৰ চতিয়াল গাঁৱৰ শশাংকু হাজৰিকা, বিশ্বনাথ চাৰিআলি খৰাশিমলুৰ আকাশ বৰা,