মহাদেৱক আৰাধনা হয়তো আপুনিও কৰে। কিন্তু এটা কথা আপুনি বাৰু জানেনে, কেইটামান বিশেষ ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা আছে। সেই বিশেষ ৰাশি কেইটা হৈছে- মেষ ৰাশি : এই ৰাশিত মংগল গ্ৰহৰ শাসন হোৱাৰ বাবে ভগৱান শিৱই এই ৰাশিৰ লোকসকলক বিশেষ আশীৰ্বাদ প্ৰদান কৰে। মংগল গ্ৰহক ভগৱান শিৱৰ অংশ হিচাপে
Author: GTM Desk
হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে । সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক
এক জঘন্য ঘটনা পোহৰত আহিছে! এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কর্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্রসহ দুগৰাকী ছাত্ৰীক নিলম্বন কৰিছে। অভিযুক্ত ছাত্ৰীগৰাকীক মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ’পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ
বৰষুণৰ বতৰ চলি আছে। কিন্তু বৰষুণ হওঁক বা নহওঁক, এই সময়ত মানুহৰ পেটৰ বিকাৰৰ সমস্যা বৃদ্ধি হয়। দূষিত পানী আৰু অস্বাস্থ্যকৰ খাদ্যৰ সৈতে পাৰিপাৰ্শ্বিক আৰ্দ্ৰতাৰ ফলত বিভিন্ন হজম সমস্যা হ’ব পাৰে, যেনে বদহজম, ওকালি অহা আৰু পাকস্থলীৰ সংক্ৰমণ। হায়দৰাবাদৰ যশোদা চিকিৎসালয় কনছালটেণ্ট গেষ্ট্ৰোএণ্টেৰোলজিষ্ট ডাঃ আদি ৰাকেশ কুমাৰে বাৰিষাকালত গেষ্ট্ৰিক সমস্যা
বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনা যেন ক্ৰমাত অধিক ৰহস্যজঘন হৈ পৰিছে। বিজেপি কৃষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ইন্দ্রাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সৈতে গোপন মুহূৰ্তৰ ফটো ভাইৰেল আৰু ইন্দ্ৰাণীৰ বাসগৃহত শ্লিপিং টেবলেটৰ বহু খালি পেকেট উদ্ধাৰ হোৱা কাৰ্যই বিজেপি নেত্ৰীগৰাকীক কোনোৱে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাইছিল নেকি তাক লৈ সন্দেহ সৃষ্টি