পুনৰ আন এক কুলাংগাৰ পুত্ৰৰ কাণ্ড পোহৰলৈ আহিছে । ঘটনাৰ স্থান তীৰ্থনগৰী হাজোৰ বামুন্দীৰ শিলিগুৰিৰ । ৮০বছৰীয়া বৃদ্ধ পিতৃক নিৰ্যাতনৰ অভিযোগ উঠিছে সুৰেশ দাস নামৰ লোকজনৰ বিৰুদ্ধে । অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুৰেশ দাস আৰু পত্নীয়ে বৃদ্ধ লোকজনৰ ওপৰত চলাই গৈছে নিৰ্যাতন । এই অভিযোগ স্থানীয় ৰাইজৰ লগতে বৃদ্ধগৰাকীৰ
Author: GTM Desk
বিশেষ ভাৱে সক্ষম, প্ৰতিভাৱান হোৱাৰ উপৰিও মানসিক ভাৱে সবল, দৃঢ মনৰ অধিকাৰী হলেও আৰ্থিক দুৰ্বলতাৰ বাবেই স্হবিৰ হয় জীৱন ৷ কিন্তু মানসিক প্ৰফুল্লতাই মানুহক উৎফুল্লিত কৰি ৰাখে আৰু এই উৎফুল্লতাই জীৱনৰ মহৌষধ স্বৰূপ। জীৱন যুঁজত হাৰ নামানি মানসিকভাৱে শক্তিশালী আৰু দৃঢ় মনৰ অধিকাৰী হৈ আগবঢ়া মানেই জীৱন যুজঁত জয়ী হোৱা
আপোনাৰ সন্তানে ঘণ্টাৰ পাছত ঘণ্টা ম’বাইলতে ব্যস্ত থাকে নেকি? যদি আপুনি সন্তানক ম’বাইল খুঁচৰি থকা দেখে, তেন্তে সাৱধান হ’বৰ হ’ল। ম’বাইলতে অধিক সময় কটোৱাৰ বাবে পুত্ৰক ধমক দি প্ৰাণ হেৰুৱাবলগীয়া হ’ল উত্তৰ প্ৰদেশৰ ঝান্সিৰ এহাল পিতৃ-মাতৃয়ে। কিমান সাংঘাতিক হ’ব পাৰে Mobile addiction! ম’বাইল Game খেলাত বাধা দিয়াৰ বাবেই কোনোবাই নিজ
মহানগৰীত স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ অব্যাহত ৰাখিছে অপৰাধমূলক কাৰ্যকলাপ ৷ এইবাৰ চোৰৰ হাতোৰা পৰিল মহানগৰীৰ কাহিলীপাৰাত। লোকবন্ধু নগৰৰ গিৰীশ চন্দ্ৰ নাথৰ ঘৰত চোৰ চলালে চাফাই অভিযান। ঘৰৰ গৃহস্থ দুঘণ্টাৰ বাবে বাসগৃহত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে নগদ প্ৰায় ৬০ হাজাৰ টকাৰ লগতে সোণৰ আ–অলংকাৰ।
মঙ্গলবাৰে বিয়লি নিজৰ পোহনীয়া পশুধন বিছাৰিবলৈ গৈ চুবুৰীয়াৰে নগালোকেৰে তৰ্কতৰ্কিত লিপ্ত হৈছিল বাবু গগৈ । কিয়নো হেৰুৱা পশুধন কেইটা নগালোকে ধৰি নিয়াৰ তথ্য লাভ কৰিছিল বাবু গগৈয়ে । ইয়াৰ পাছতে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী মাতি আনি ঘৰৰ সমীপৰ পৰা মাৰপিট কৰি বলপূৰ্বক গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ গৈছিল বাবু গগৈক ।