ৰাজ্যবাসী লৈ সুখবৰ । পঞ্চম জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে অসম সন্তানে। উল্লেখ্য যে, যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত পঞ্চম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩
Author: Shahnawaz Hamza
টিংৰে বেৰা দিয়া এটা ভঙা প্ৰজা ৷ ভঙা ঘৰটোত বাস কৰে তিনিটাকৈ শিশুৱে ৷ ঘৰখনৰ ভিতৰলৈ সোমাই গ’লে দেখা পোৱা যায় দৰিদ্ৰতাৰ ছবিখন ৷ এটা কোঠাতে খোৱা,শোৱা, পঢ়া সকলো কৰে
হোজাইত বনহস্তীৰ তাণ্ডৱ অব্যাহত আছে। বুধবাৰে হোজাই-পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ ঠেপলাগুৰিত চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণত থিতাতে এটি শিশু নিহত হোৱাৰ লগতে বাহনখনত থকা আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। নিহত শিশুটিৰ নাম ৰংলিৰ টেৰণপি (৫) বুলি জানিব পৰা
ভাৰতীয় নির্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ অৱশেষত নিজৰ স্থিতি সদৰী কৰিলে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই। ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি যোৱা ২০ জুনত প্ৰকাশ
ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ইছৰ’)। অহা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩খন। পিছে এই অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন