ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটৰ নতুন আঁচনি ‘সুগমৰ পৰা দুৰ্গম’।এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালে একোটা কাৰ্যকালৰ ভিতৰত এটা দুৰ্গম অঞ্চলত আগবঢ়াব লাগিব সেৱা। তিনিৰ পৰা পাঁচবছৰলৈ একোটা দুৰ্গম অঞ্চলত চাকৰি
Author: Shahnawaz Hamza
অসমৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ লগতে সোণৰ পদকৰ বাবে মাজত মাত্ৰ কিছুসময় বাকী । জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ খেলুৱৈ যোৰহাটৰ অবিনাশ
মংগল বাৰে নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অশোকা আই এ এছ একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক
এটা সময়ত নগাঁৱৰ ৰাইজে সাংসদ প্ৰদ্যুৎ বৰদলৈক বিচাৰি বেনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদেশ বুলি বেনাৰ মাৰিছিল। ক’ভিড আৰু বানপানীৰ সময়ত নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীক ৰাইজে কাষত পোৱা নাছিল। নিৰ্বাচনী
বিহালী বুৰৈগুৰীৰ কিশোৰী নিৰুদ্দেশৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা ১৫ দিন অতিক্ৰম কৰিলে, সন্ধান লাভ কৰা নাই কিশোৰীৰ আজি পিতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ সাংবাদিকৰ আগত বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈগুৰী এগৰাকী ১৫