Author: GTM Desk

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় ৮ ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বলিউদৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ইয়াৰে অধিক সংখ্যক অভিনেতা অভিনেত্ৰীক মুম্বাইতে ইডিয়ে তদন্তৰ জেৰা কৰিছে যদিও

দেশৰ ৯ ৰাজনীতিকৰ পৰা প্ৰত্যাহাৰ এনএছজি কমাণ্ডো, নিয়োগ কৰা হ’ব চিআৰপিএফ

দেশৰ ৯ ৰাজনীতিকৰ পৰা প্ৰত্যাহাৰ এনএছজি কমাণ্ডো, নিয়োগ কৰা হ’ব চিআৰপিএফ

কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশ যোগে ৯ জন ভিআইপিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰিছে ৷ অৱশ্যে এতিয়াৰ পৰা তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বৰ নিয়োজিত হ’ব চি আৰ পি এফক ৷ এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰা বিশিষ্ট ৰাজনীতিক ৯ গৰাকৈ হ’ল :  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ  উত্তৰ প্ৰদেশৰ

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ডিমা হাছাও জিলাত ৰে’ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে’ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ৰে’লখনৰ ইঞ্জিনসহ দুটাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰে । এতিয়ালৈকে কোনো যাত্ৰী নিহত বা আহত