Author: GTM Desk

Business Titan Ratan Tata Passes Away at 86

Business Titan Ratan Tata Passes Away at 86

October 10: Ratan Tata, Chairman Emeritus of Tata Group, renowned industrialist, and philanthropist, passed away at the age of 86 following a prolonged illness. He had been admitted to the hospital due to age-related health complications. Tata Sons Chairman N Chandrasekaran, in a statement, confirmed Tata’s passing, describing him as

নগাঁৱৰ বৃহৎ শামুকভঙা ক’লনিটো সংৰক্ষণ কৰাৰ বাবে বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি গঠন

নগাঁৱৰ বৃহৎ শামুকভঙা ক’লনিটো সংৰক্ষণ কৰাৰ বাবে বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি গঠন

নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :- নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বিৰহ বেবেজীয়াৰ সচেতন ৰাইজৰ সৈতে নগাঁৱৰ পৰিৱেশ সংগঠন “পান্থতৰু সংৰক্ষণী অসম”ৰ উদ্যোগত অনুষ্ঠিত এক সজাগতামূলক সভাত গঠন হয় “বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি”৷ উল্লেখযোগ্য ২০১৬ চনত বাসস্থান হেৰুৱা ২০যোৰা শামুকভঙা চৰাই বিৰহ বেবেজীয়াৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ(CHC)ৰ চৌহদৰ ওখ গছবোৰত আহি আশ্ৰয় লৈছিল৷

নগাঁৱতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশ

নগাঁৱতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশ

পূজা সমিতিৰ বাজেট ৮০ হাজাৰৰ পৰা ১০লাখ নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ:–সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। প্ৰতিকূল বতৰকো নেওচি নগাঁওবাসী এতিয়া পূজাক লৈ ব্যস্ত। ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপণীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।অনলাইন ব্যৱসায়ৰ বাবে একাংশ ব্যৱসায়ী এতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে।

বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ গেদাৰবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নাট সমাৰোহ

বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ গেদাৰবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নাট সমাৰোহ

১২অক্টোবৰত মুকলি সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :– উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ চতুর্বিংশতি সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহখনি অহা ১০অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ গেদাৰবড়িত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ ইতিমধ্য সমাৰোহস্থলী আটকধুনীকৈ সজাই পৰাই তুলিবলৈ আদৰণি