পাঁচজনকৈ নাবালিকা ছাত্ৰীক যৌন আতিশয্য চলাই বিগত এপষেক ধৰি পলাতক হৈ থকা কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী বৰো ভদেয়াগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওমৰ আলি শ্বেখক অৱশেষত বিটিচিৰ শিক্ষা বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে। জানিব পৰা মতে অতি প্ৰতিপত্তিশীল শিক্ষকগৰাকীয়ে নিজৰ বিদ্যালয়ৰে পাঁচগৰাকীকৈ ছাত্ৰীক যোৱা জুন মাহৰ পৰাই ভয় দেখুৱাই যৌন
Author: GTM Desk
এইখন অসমত হৈছে কি? ধৰ্ষণৰ নামত নিতৌ সংঘটিত হৈ আহিছে ন ন কাণ্ড। এগৰাকী স্বামী, স্ত্ৰীৰ বাবে আশা ভৰসা নিৰাপত্তাৰ থল। কিন্তু জানি আচৰিত হব। কাৰণ এইবাৰ স্বামীৰ দ্বাৰাই সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। অভিযোগ অনুসৰি ধিং থানাৰ অন্তৰ্গত কটহগুৰিত লম্পট স্বামীয়ে নিজ পত্নীক দি দিয়ে পৰ পুৰুষৰ হাতত যৌন
”বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই অহোপুৰুষাৰ্থ কৰিছিল : ৰাষ্ট্ৰপতি বিশেষ বাৰ্তা, ৮ অক্টোবৰ : আজি প্ৰদান কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু
চৌদিশে শৰতৰ মধু আলোড়ন৷ মলয়া বতাহত হালি–জালি নচা কঁহুৱাৰ আঁচলত ধৰি ধৰালৈ আগমন ঘটিছে শাৰদী ৰাণীৰ৷ শৰৎ মানেই উৎসৱৰ বতৰ৷ মধুময় পৰিৱেশৰ মাজেৰে ৰাজ্যত আৰম্ভ হৈছে দুর্গোৎসৱৰ ক্ষণ গণনা৷ বছৰজোৰা ভক্তৰ প্রতীক্ষাৰ অন্ত পেলাই মহালয়াত ধৰাৰ বুকুলৈ আগমন ঘটা দশভুজাক আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে ৯ অক্টোবৰ অতি ফলপ্ৰসূ হ’ব। বৃষ ৰাশিয়ে তেওঁলোকে গ্ৰহণ কৰা কাম সহজেই সম্পূৰ্ণ কৰিব পাৰে। যিকোনো প্ৰতিষ্ঠানৰ পৰা ঋণ ল’ব বিচাৰিলে সহজে ল’ব পাৰিব। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা সুবিধা লাভ কৰিবলৈ গৈ আছে আৰু পৰিয়ালৰ যিকোনো সদস্যৰ পৰাও উপহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰো