🔷 ন্যায়ালয়ৰ পৰামৰ্শলৈ অপেক্ষা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ, সিদ্ধান্ত নোহোৱাপৰ্যন্ত স্থগিত শপত গ্ৰহণ 🔷 ভোটগণনাৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিচাৰিছে ন্যায়ালয়ৰ পৰামৰ্শ 🔷 এটা ভোটত পৰাজিত হোৱাত কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকে বিচাৰিছিল পুনৰ ভোট গণনা 🔷 এটা ভোটত জয়ী হোৱা নীৰৱ হাজৰিকাৰ সমৰ্থকে বিৰোধিতা কৰিছিল পুনৰ ভোট গণনাৰ
Author: GTM Desk
আজি নৱৰাত্ৰিৰ পঞ্চম দিন; আজি এই দিনটোত কৰা হয় মা দুৰ্গাৰ পঞ্চম অৱতাৰ অৰ্থাৎ ‘স্কন্দমাতা’ৰ পূজা আৰধনা
স্কন্দমাতা হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো ‘স্কন্দ’ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ। তেওঁ ভক্তসকলক বিপদৰ পৰা পৰিত্ৰাণ কৰে, শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য প্ৰদান কৰে। দেৱীয়ে
সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো দেওবাৰে নিযুত মইনা আচঁনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান সম্পন্ন হয়। কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্ছিটিত নিযুত মইনা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বি টী চিৰ ই এম্ উৱিলছন হাছদাই। চেক বিতৰণ কৰি বিধায়ক তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ
নিউজ ব্যুৰ’,নগাঁও,৬ অক্টোবৰ:–”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক আদৰ্শ ব্যক্তি। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি উন্নয়নৰ শিখৰত আৰোহন কৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিছে আৰু এইজনে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।”–এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত
৬/১০/২০২৪ গুৱাহাটী : গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাস সভাগৃহত , চচল শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। চচল শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰনীতা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে শাখাৰ সম্পাদিকা চিত্ৰা দাসে।চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা