Author: GTM Desk

বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক “প্ৰজ্ঞা সাধক-২০২৪” সন্মান প্ৰদান

বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক “প্ৰজ্ঞা সাধক-২০২৪” সন্মান প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ:-অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক,গৱেষক, সাহিত্যিক,অধ্যাপক,সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে “প্ৰজ্ঞা সাধক সন্মান–২০২৪” বঁটাৰে সন্মানিত কৰা হয়৷ অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী “প্ৰজ্ঞা মিডিয়াহাইপ”ৰ সহযোগত প্ৰজ্ঞা সাহিত্য মঞ্চই আগবঢ়োৱা এই সন্মান শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ

সমজিলাৰ তালিকাত সোমাল নগাঁৱৰ কলিয়াবৰ

সমজিলাৰ তালিকাত সোমাল নগাঁৱৰ কলিয়াবৰ

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ:– এতিয়াৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নতুন পৰিচয় হ’ল কলিয়াবৰ সমজিলা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কলিয়াবৰ সমজিলা উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯খন সমজিলাৰ অন্যতম নগাঁৱৰ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়টো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত

জুবিনৰ মন্তব্য সম্পৰ্কত বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল

জুবিনৰ মন্তব্য সম্পৰ্কত বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ :–অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰা বিষয়টোয়ে সমগ্ৰ অসমবাসীৰ মনত বহু দিনীয়া অপেক্ষাৰ অন্ত পেলাই আনন্দৰ লহৰ তুলিছে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা স্বীকৃতি প্ৰদানৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটক প্ৰদান কৰা পৰিবৰ্তে অসমৰ বৌদ্ধিক মহলে ইয়াৰ কৃতিত্ব অসম সাহিত্য সভাৰ লগতে কুলধৰ শইকীয়াৰ প্ৰদান কৰা দেখা

নগাঁৱৰ বটদ্ৰৱাত অসমীয়া ভাষাৰ বিৰল স্বীকৃতিৰ বাবে শলাগ

নগাঁৱৰ বটদ্ৰৱাত অসমীয়া ভাষাৰ বিৰল স্বীকৃতিৰ বাবে শলাগ

নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ :–অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অসমীয়াৰ লগতে দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে-অসমীয়া, মাৰাঠী,পালি,প্ৰাকৃত আৰু বাংলা ভাষা। ইয়াৰ আগেয়ে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এই

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন

প্ৰাগজ্যোতিষ বনিয়াক সভাপতি-জনাৰ্দন গোস্বামী সম্পাদক ৰূপে নতুন সমিতি নিউজ ব্যুৰ’,নগাঁও,৫অক্টোবৰ:–নগাঁও জিলাৰ বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ঐতিহ্য বহনকাৰী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি”ৰ বহু প্ৰত্যাশিত বিশেষ সাধাৰণ সভাখন অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও চকৰ সমীপৰ ভূমি বহিৰাগত বণিক গোষ্ঠীক প্ৰদান কৰি থলুৱা ব্যৱসায়ী তথা ঐতিহ্যমণ্ডিত খেলপথাৰখন নোহোৱা কৰাৰ