Author: GTM Desk

নগাঁৱত অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ বিভিন্ন বিভাগৰ সৈতে পৰ্য্যালোচনা সভা

নগাঁৱত অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ বিভিন্ন বিভাগৰ সৈতে পৰ্য্যালোচনা সভা

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ :–নগাঁও জিলাৰ আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অসম বিধানসভাৰ প্ৰাককলন সমিতিয়ে জিলাৰ বিভিন্ন বিভাগৰ সৈতে মংগলবাৰে এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্য্যালোচনা সভাত প্ৰাককলন সমিতিৰ সদস্যসকল ক্ৰমে দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী,নগাঁও-বটদ্ৰৱা

Gandhi Jayanti celebrated at Regional Meteorological Centre

Gandhi Jayanti celebrated at Regional Meteorological Centre

Abhijit Kalita, Guwahati:On the occasion of Gandhi Jayanti, the Regional Meteorological Centre in Guwahati hosted a successful event on Wednesday,featuring cleanliness drive, cyclothon rally and plantation program as part of the “Swachata hi Seva” campaign. Dr. Sanjay O’Neill Shaw, Scientist-F flagged off the ‘Cyclothon’.Officials of Regional Meteorological Centre, Guwahati, locals

ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ…

ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ…

উৎসৱৰ বতৰা লৈ ধৰালৈ আগমণ ঘটিছে ঋতু ৰাণী শৰতৰ। শাৰদীয় উৎৱৰ এই বতৰক অধিক প্ৰাণৱন্ত কৰি তুলিলে দেৱী দুৰ্গাৰ আগমণে। আজি মহালয়া। শক্তিৰূপিণী মা দুৰ্গা ধৰাৰ বুকলৈ নামিছে। দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা এইবাৰ দুলাত আহিছে মৰ্ত্যলৈ। হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয়, আজিৰ দিনটোতে

মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ…

মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ…

আজি পবিত্ৰ মহালয়া। পিতৃ পক্ষৰ অন্ত আৰু দেৱীৰ পক্ষৰ সূচনা হোৱাৰ দিনাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামিছে দুৰ্গতি নাশিনী মা দুৰ্গা। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনোৱা হয়। কথিত আছে যে, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। মহালয়া উপলক্ষে আজি