Author: GTM Desk

মাতৃহীনা কিশোৰীক অন্তঃসত্ত্বা কৰি শিক্ষকৰ পলায়ন

মাতৃহীনা কিশোৰীক অন্তঃসত্ত্বা কৰি শিক্ষকৰ পলায়ন

ঢেকীয়াজুলিৰ মাজৰৌমাৰীৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী এজন শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈছে। মাজৰৌমাৰী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে কিশোৰী ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। এই অভিযোগক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ঢেকীয়াজুলি ৰাজহ চক্ৰৰ মাজৰৌমাৰীৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মাতৃহীনা কিশোৰীক কেইবছৰমান

দেশত অতি শীঘ্ৰে বলৱৎ হ’ব ‘এক দেশ এক নিৰ্বাচন’

দেশত অতি শীঘ্ৰে বলৱৎ হ’ব ‘এক দেশ এক নিৰ্বাচন’

১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদনত অনুমোদন ৰাষ্ট্ৰপতিৰ। ২০২৯ত বলৱত্‍ হ’ব ‘এক দেশ এক নিৰ্বাচন’ নীতি। ৰামনাথ কোবিন্দ কমিটীৰ পৰামৰ্শ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে।

সোণাপুৰৰ কচুতলীত শীঘ্ৰে চলিব ২য় পৰ্যায়ৰ উচ্ছেদ অভিযান; ১ম পৰ্যায়ত চৰকাৰী ভূমিৰ বেদখলকাৰীক উচ্ছেদ

সোণাপুৰৰ কচুতলীত শীঘ্ৰে চলিব ২য় পৰ্যায়ৰ উচ্ছেদ অভিযান; ১ম পৰ্যায়ত চৰকাৰী ভূমিৰ বেদখলকাৰীক উচ্ছেদ

🔷 ২য় পৰ্যায়ত ম্যাদী পট্টা ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান 🔷 সোমবাৰে উকলি গৈছে বেদখলকাৰীক প্ৰশাসনে দিয়া ৩ দিনৰ সময়সীমা

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ‘চন্দ্ৰযান-৪’ মিছনৰ বাবে সাজু ISRO

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ‘চন্দ্ৰযান-৪’ মিছনৰ বাবে সাজু ISRO

🔷 চন্দ্ৰযান-৪ৰ বাবে অনুমোদন নৰেন্দ্ৰ মোদী চৰকাৰৰ 🔷 চন্দ্ৰপৃষ্ঠত নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰিকল্পনা চন্দ্ৰযান-৪ৰ

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন মৰিয়নিৰ যুৱক

সন্ধানহীন যুৱকজন মৰিয়নিৰ চেলেং ৰণখামৰ বিষ্ণু মুড়া। ছমাহ পূৰ্বে কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল যুৱকজন। কোম্পানীটোৰ কাম এৰি ৫ দিন পূৰ্বে ঘৰলৈ ৰাওনা হৈছিল বিষ্ণু মুড়া। সতীৰ্থ ৪জন যুৱকৰ সৈতে ঘৰ অভিমুখে আহি আছিল বিষ্ণু মুড়া। কিন্তু পশ্চিমবংগৰ শামুকতোলা ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। সন্ধানহীন পাছৰে পৰা অফ হৈ আছে যুৱকজনৰ