Author: GTM Desk

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

সম্প্ৰতিক সময়ত ফেচবুক আৰু ইউটিউবত ৰিলচ্‌ বনাই বহু যুৱক যুৱতীয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ নিজৰ ইউটিউব চেনেলত ৰিলচ্‌ বনোৱা গোসাইগাঁওৰ মৰিনা খাতুন (২৪) নামৰ এগৰাকী যুৱতীক প্ৰেমৰ চলনাৰে বিয়া পাতি প্ৰতাৰণা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ৰুপচী আৰক্ষী চকীৰ অন্তৰ্গত

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় তীজ সমাৰোহ। তীজৰ নৃত্য-গীতেৰে মুখৰিত হৈ পৰে উপৰখুটিৰ সাৰদা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ। ইপিনে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উপৰখুটিত উদ্ধোধন কৰা হয় গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন। ভৱনটো উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানটোত

অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:–নগাঁও জিলাৰ বৰঘাটত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ ডিফু আঞ্চলিকৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। বৰঘাট বাইপাছৰ হোটেল ডেষ্টিনীত ৰাজেশ্বৰ বে’ৰ সভাপতিত্বত অনুষ্ঠিত অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ অধিৱেশনখনিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকল উপস্থিত থাকে। সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ চন্দ্ৰ মহন্তই আঁতধৰা আৰু