হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাতিলক লৈ উত্তাল ৰাজ্য। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে একাংশ দল-সংগঠনে। বিভিন্ন ঠাইত সাৱ্যস্ত হৈছে প্ৰতিবাদ। ইয়াৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে, আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে শিক্ষামন্ত্রীৰ পদত্যাগ দাবী কৰিছ। সকলো ক্রেডিট মুখ্যমন্ত্রীয়ে লয়। প্রশ্নকাকত ফাদিলৰ ক্রেডিটও
Author: GTM Desk
”হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলোৱে সমালোচনা কৰিছিল শিক্ষামন্ত্ৰী গৰাকীক। এটা পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষামন্ত্ৰী পেগুক পদত্যাগৰ দাবী জনাইছিল বিভিন্ন দল-সংগঠনে। তাৰ পাছতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে”- এনেকুৱা এটা খবৰ সাম্প্ৰতিক ৰাজনৈতিক পৰৱেশত সম্ভৱনে? কিন্তু ভাৰতীয়
বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি । ১) আমিষ খাদ্যই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে ।
শৰীৰৰ যত্ন লোৱা সহজ নহয়। সুস্থ হৈ থাকিবলৈ প্ৰথমে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰা । শীতকালৰ মানেই ঋতুগত সংক্ৰমণ বৃদ্ধি। বহুলোকে ঋতুগত সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমানে ব্যায়াম কৰি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰে। বহুলোকে পুনৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ গাখীৰৰ স’তে কেঁচা হালধি খায়। অৱশ্যে,
ভাৰত এখন বহুতো সংস্কৃতি, নীতি-নিয়মেৰে ভৰা দেশ, য’ত এনে বহুতো অঞ্চল আছে, য’ত আজিও মানুহ গোঁড়া নিয়মৰ দ্বাৰা আবদ্ধ। বিবাহৰ আগতে লিভ-ইনত অৰ্থাৎ যুৱক-যুৱতী একেলগে থাকিব পৰা এই বিশেষ জনজাতিটোৰ নাম হৈছে মুৰিয়া বা মুদিয়া জনজাতি, যিবোৰ ছত্তীশগড়ৰ বাষ্টাৰ অঞ্চলত পোৱা যায়। প্ৰতিবেদন অনুসৰি, এই জনজাতিৰ এই নিয়মবোৰ বহুত পুৰণি।