Author: GTM Desk

চৰকাৰী ভূমিৰ দালালিত জড়িত এজনক গ্ৰেপ্তাৰ।

চৰকাৰী ভূমিৰ দালালিত জড়িত এজনক গ্ৰেপ্তাৰ।

📌 চৰকাৰী ভূমিৰ দালালিত জড়িত এজনক গ্ৰেপ্তাৰ।📌 শিলসাকোঁ বিলকে ধৰি অন্য বহু ভূমি জালিয়াটিৰে বিক্রী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোকজনক।📌 গ্ৰেপ্তাৰ হোৱা লোক জন পৰেশ দাস।

ব্যতিক্ৰমী কাৰ্যসূচীৰে এদল ছাত্ৰ-ছাত্ৰীৰ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

ব্যতিক্ৰমী কাৰ্যসূচীৰে এদল ছাত্ৰ-ছাত্ৰীৰ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ এক ব্যতিক্ৰমী কাৰ্যসূচী অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ পুৱাৰ পৰাই টুলুঙীয়া টাৰ্ণিংত সোণালী বান্দৰ ৰক্ষাৰ প্ৰতি সজাগতা অনাৰ বাবে সোণালী বান্দৰৰ বসতিস্থল কাকৈজানাৰ মাজেৰে যোৱা প্ৰতিখন বাহনত সচেতনামূলক ষ্টিকাৰ মাৰে ৷ উল্লেখ্য বিগত দুমাহত দুটাকৈ আপুৰুগীয়া সোণালী বান্দৰৰ দ্ৰুতবেগী বাহনৰ

বানত সৰ্বোচ্চ হেৰুওৱা লোকৰ একাউন্টত সোমাল মাত্র ১ টকা

বানত সৰ্বোচ্চ হেৰুওৱা লোকৰ একাউন্টত সোমাল মাত্র ১ টকা

৬ মাহলৈ মন্ত্রী ৰঞ্জিত দাসে ৰেচন দিম বুলিও মাতিছিল মিছাপ্ৰেছ ক্লাবত সংবাদ মেল পাতি বন্যাৰ্তৰ ক্ষোভ। গুৱাহাটী, ৩ মাৰ্চ :”আমাৰ ঘৰ বাৰী সকলো বানপানীয়ে নোহোৱা কৰিলে। কিন্তু আমি চৰকাৰৰ পৰা একো নাপালো। ৰিলিফ মেনুৱেল অনুসৰি ঘৰ ভাঙিলে পাবলগীয়া প্ৰাপ্য ৯৫,১০০ টকাও আমি নাপালো, তাৰ পৰিৱৰ্তে আমাৰ একাউন্টত সোমাল মাত্র ১