22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

শাহুৱেকৰ হৈ মেট্ৰিক দিবলৈ গৈ
আটক বোৱাৰী; পৰীক্ষা হলৰ পৰাই বোৱাৰীক উঠাই নিলে আৰক্ষীয়ে

Assamese Newsশাহুৱেকৰ হৈ মেট্ৰিক দিবলৈ গৈআটক বোৱাৰী; পৰীক্ষা হলৰ পৰাই বোৱাৰীক উঠাই নিলে আৰক্ষীয়ে

🔷এডমিটৰ ফটোৰ সৈতে নিমিলিল পৰীক্ষাৰ্থী হৈ যোৱা বোৱাৰীৰ মুখমণ্ডল।

🔷আৰক্ষীয়ে আটক কৰিছে শাহু-বোৱাৰীক।

🔷বোৱাৰীগৰাকীক সোধ-পোচৰ অন্তত ওলাল উৰহীৰ ওৰ।

🔷কেন্দ্ৰটোৰ কৰ্তৃপক্ষই দুয়োৰে বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

🔷এই ঘটনা ধেমাজিৰ পূৱ জীয়াধল হাইস্কুল পৰীক্ষা কেন্দ্ৰত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!