Author: GTM Desk

গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ ‘অসম মহিলা সাংবাদিক ফৰাম’

গঠন হ’ল মহিলা সাংবাদিকৰ মঞ্চ ‘অসম মহিলা সাংবাদিক ফৰাম’

গুৱাহাটী, ১৭ আগষ্ট: অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা সাংবাদিকসকল একত্ৰিত হৈ নিজৰ মতামত ব্যক্ত কৰে। বৈঠকৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত বলাৎকাৰ আৰু হত্যাৰ

অসম চাহ পর্যটন উন্নয়ন আঁচনি’ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

অসম চাহ পর্যটন উন্নয়ন আঁচনি’ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

৩৪ খন নিৰ্বাচিত চাহ বাগিচাৰ মাজত আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৱাহাটী, ১৭ আগষ্ট: আজি জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু বিকাশৰ বাবে ‘অসম চাহ পর্যটন উন্নয়ন আঁচনি’ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৪ খন নিৰ্বাচিত চাহ

অসমৰ আৰক্ষীৰ Most wanted অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা আৰক্ষীৰ গুলিত নিহত

অসমৰ আৰক্ষীৰ Most wanted অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা আৰক্ষীৰ গুলিত নিহত

আজি দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপ , গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত আনোৱাৰ হুছেইনে সন্ত্ৰসৰ সৃষ্টি কৰি আহিছিল। আজি বিজয়নগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পলাশবাৰীৰ নহিৰা গাৱৰ সত্ৰপাৰাত বগা চোৰৰ অৱস্থিতিৰ সম্ভেদ পাই । উক্ত স্থানত আৰক্ষী গৈ পোৱাৰ লগে লগে আনোৱাৰ হুছেইনে আৰক্ষী লৈ লক্ষ্য কৰি গুলি চলনা কৰে

হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিব নোৱাৰিব DC-য়ে….

হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিব নোৱাৰিব DC-য়ে….

চৰকাৰৰ অনুমতি সাপেক্ষেহে হ’ব হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়। স্বাধীনতা দিৱসৰ দিনাই মিনি বাংলাদেশৰ প্ৰসংগক লৈ সোচ্চাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কঠোৰ পদক্ষেপৰ কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিশ্বত পুনৰ মংকী পক্সৰ আতংক!

বিশ্বত পুনৰ মংকী পক্সৰ আতংক!

শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী৷ আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকী পক্সৰ ৰোগী৷ ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে আক্ৰান্ত হয় মংকী পক্সত৷ ঘটনা পোহৰলৈ অহাৰ পাছতে WHOৰ জৰুৰী অৱস্থা ঘোষণা৷