তিতাবৰত পৰকিয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰ। এইবাৰ ন– বোৱাৰী পলাল BMWত বাইকত ৷ মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই| গ’ল ন বোৱাৰী৷ হালধি মাহৰ গোন্ধ জাবলৈ নৌ পাওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী ৷ ডিব্ৰুগড় আমোলাপট্টিৰ ৰেহনাজক ৰাণী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই । প্ৰথম কেইদিনমান ঠিকেই আছিল । কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত । অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ গ‘ল ৰাজাৰ ৰাণীৰূপী ৰেহনাজক ৷ দুয়োকে আতক কৰি সোধা পোচা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে । ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ৷ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে ‘মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।’
Author: Shahnawaz Hamza
বিবাহপাশত আবদ্ধ হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ কন্যা কৃষ্টি চৌধুৰী। ইতিমধ্যে ছচিয়েল মিডিয়াত কন্যাৰ বিয়াৰ ফটো শ্বেয়াৰ কৰিছে পিতৃ–মাতৃয়ে। কৃষ্টিক যুগ্ম জীৱনৰ শুভকামনা জনাইছে বিভিন্নজনে।
নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত ওদালগুৰিৰ ডিম্বেশ্বৰ মুছাহাৰীৰ হত্যাৰ বিৰুদ্ধে হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ স্যবস্ত কৰিলে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বলি হোৱা কীৰ্তিকমল বৰাই। ওদালগুৰিত ডিম্বেশ্বৰ মুছাহাৰীৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি
এইবাৰ এগৰাকী বোৱাৰীৰ মৃত্যুৰ ঘটনাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ মালিবাৰীটাৰীত। শাহুৰ অত্যাচাৰ সহিব নোৱাৰি নৱবিবাহিতা বোৱাৰীয়ে বাচি ললে আত্মহত্যাৰ পথ। উল্লেখযোগ্য যে,
‘নিহত হোৱা ডিম্বেশ্বৰ মুছহাৰীৰ বিৰুদ্ধে সমগ্ৰ অসমতেই গোচৰ আছে’ ।ওদালগুৰিত এনকাউণ্টাৰত অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে দিলে ক্লীনশ্বীট