Advertisement

‘মন গলেই লৰাবোৰক use কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’!

‘মন গলেই লৰাবোৰক use কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’!
  • তিতাবৰত পৰকিয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰ।
  • এইবাৰ ন– বোৱাৰী পলাল BMWত বাইকত ৷
  • মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই|
  • গ’ল ন বোৱাৰী৷ হালধি মাহৰ গোন্ধ জাবলৈ নৌ পাওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী ৷
  • ডিব্ৰুগড় আমোলাপট্টিৰ  ৰেহনাজক ৰাণী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই ।
  •  প্ৰথম কেইদিনমান ঠিকেই আছিল । কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত ।
  •   অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ গ‘ল ৰাজাৰ ৰাণীৰূপী ৰেহনাজক ৷
  • দুয়োকে আতক কৰি সোধা পোচা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে ।
  •  ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ৷ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে ‘মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।’

Shahnawaz Hamza

Related