Author: GTM Desk

Librarians Day Celebrated at Madhab Choudhury College

Librarians Day Celebrated at Madhab Choudhury College

Madhab Choudhury College marked National Librarians Day celebrating birth anniversary of Padmashree Dr. S. R. Ranganathan, the father of librarianship in India. The event organized by the Kameswar Das Library, Madhab Choudhury College was presided over by the college’s Principal Dr. Prakash Sarma. The event was graced by esteemed educationist

অতি সোনকালেই সলনি হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান

অতি সোনকালেই সলনি হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান

বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে এই পদবীৰ পৰা বিদায় লৈ যোগ দিব গৈ এক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাত। চলিত বছৰৰ আগষ্টৰ ভিতৰতে জিপি সিঙে এই পদবী এৰিব।

আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত জলপানীসহ গৱেষণাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতি

আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত জলপানীসহ গৱেষণাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতি

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট :– মৰিগাঁও জিলাৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত গৱেষণাৰ বাবে জলপানিসহ নিৰ্বাচিত হৈছে ৷ সৰুৰে পৰাই মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে ২০১৫চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পিছত নগাঁও ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত মিৰাণ্ডা

চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

চৰাইবাহীত মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানত প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ শিবিৰ

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট:– শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ মাজত প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে কৃষিকৰ্মৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ কৃষি পথাৰসমূহত কৃষকসকলে অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা ফলত কৃষিভূমিসমূহ নষ্ট হৈ পৰিছে ৷ সেয়ে কৃষি পথাৰসমূহ পুনজীৱিত কৰিবলৈ হ’লে প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিকল্প