Advertisement

Author: Shahnawaz Hamza

পুৱা শোৱাৰ পৰা উঠিয়েই এই কেইটা কাম ভুলতো নকৰিব!

পুৱা শোৱাৰ পৰা উঠিয়েই এই কেইটা কাম ভুলতো নকৰিব!

দিনটোৰ আৰম্ভণিতে কোনো বেমেজালিয়ে দেখা দিলে গোটেই দিনটোতে তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্যৰক্ষাৰ কেতবোৰ নিয়ম মানি চলিব পাৰিলে শৰীৰ সুস্থ আৰু সৱল হৈ থাকে৷ এই ক্ষেত্ৰত সময়মতে উঠা, শোৱা, খাদ্য

ৰন্ধন গেছ ৰাহি কৰাৰ কিটিপ!

ৰন্ধন গেছ ৰাহি কৰাৰ কিটিপ!

খাদ্য-সামগ্ৰী প্ৰস্তুত কৰোতে আজিকালি আমি প্ৰায়ভাগেই খৰিৰ সলনি ৰন্ধন গেছ ব্যৱহাৰ কৰো৷ কিন্তু জুতি লগাই বিভিন্ন ব্যঞ্জন ৰান্ধোতে পাকঘৰৰ চিলিণ্ডাৰ খালি হৈ যায়৷ পিছে ৰন্ধন গেছ ৰাহি কৰাৰ কেতবোৰ সহজ

গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা

গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা

তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ পাছতেই অসমত শেহতীয়াকৈ সঘন ভূমিকম্পৰ হোৱাত চিন্তিত হৈ পৰিছে বিশেষজ্ঞৰ লগতে সচেতন লোকসকল৷ বিশেষকৈ চলিত সপ্তাহটোত কেইবাটাও ভূমিকম্পৰ উৎপত্তিৰ স্থল আছিল নগাঁও আৰু হোজাই৷ বৃহস্পতিবাৰে চুবুৰীয়া মেঘালয়ত

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী

কাইলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষাত মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে কলা শাখাৰ সবাতোকৈ অধিক পৰীক্ষাৰ্থী ২,৭২,৫২৯ গৰাকীৰ লগতে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসকৰ আত্মহত্যা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসকৰ আত্মহত্যা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ (জিএমচিএইচ) এগৰাকী ৫১ বছৰীয়া জ্যেষ্ঠ চিকিৎসকে শনিবাৰে নিশা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিছে।এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে জিএমচিএইচৰ পেথলজী বিভাগত সহকাৰী