কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম ষান্মাসিকৰে ফলাফল ঘোষণা কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি উচ্চ শিক্ষানুষ্ঠান খনৰ ওপৰত নতুন নতুন দায়িত্ব জাপি
Author: GTM Desk
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূর্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ সৈতে। বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ (যি শিল্পই সাঁচিপাত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি হেঙুল-হাইতাল আদি ৰঙেৰে ছবি অঁকালৈকে বুজাইছে) কৰ্মশালাখনিৰ যোৱা ৰবিবাৰে সামৰণি পৰে । এই উপলক্ষে অশ্বিনী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ ইচ্ছামতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ৰাজ্যৰ অনান্য উপ-জিলাৰ সমান্তৰালকৈ বঢ়মপুৰ
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–নাৰিকল উন্নয়ন ব’ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বুধবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ সভাগৃহত নাৰিকল কৃষি ব্যৱস্থা আৰু মূল্য সংযোজন বিষয়ৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে আমাৰ সমাজত অতি প্ৰাচীন কালৰ পৰা খাদ্য