শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎসক। এটা চাইবাৰ চক্রই চিকিৎসকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎসকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই
Author: Shahnawaz Hamza
অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আক্ৰাছুৰ লগতে প্ৰায় ৮ টাকৈ সংগঠনে। উল্লেখ্য যে, কোচ ৰাজবংশী সম্প্ৰদায়ৰ জমিদাৰ লোকে
উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চলত চলাইছে ব্যাপক ধ্বংসলীলা। জানিব পৰা মতে, এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১ গৰাকীৰ মৃত্যু হোৱা লগতে আৱদ্ধ
হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে অঞ্চল বাসীয়ে। বুল্লট দক্ষিণ শিঙৰা,নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ। ৰাইজৰ ভাষ্য অনুসৰি বিগত
তেজপুৰৰ বিহুগুৰীত আজি এবিধ অতি বিষাক্ত সাপ ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ৷ সাপটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। আজি পুৱা বিহুগুৰীৰ সেনা চাউনিৰ কাষৰ