Author: GTM Desk

অধ্যাপক ড° ননীগোপাল মহন্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য: মহন্তৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

অধ্যাপক ড° ননীগোপাল মহন্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য: মহন্তৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাও হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ড° ননীগোপাল মহন্তই। ২০ আগষ্টত কাৰ্যকালৰ অন্ত পৰিব বৰ্তমানৰ উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈৰ।

নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল বোৱাঁই ৰখাৰ মানসেৰে ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা হয় । মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি অহা ২৬ জুলাইত (শুক্ৰবাৰে) বেবেজীয়াৰ সমীপৰ মাজগাঁৱত আয়োজন