নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–শেহতীয়া বানত নগাঁও পৌৰসভাৰ কেইবাটাও মহলাকে ধৰি চহৰখনৰ পাৰ্শ্বৱৰ্তী কলঙৰ পাৰৰ কিছু অঞ্চল প্লাবিত হৈছিল। বানৰ কবলত পৰা লোকসকলক পৰৱৰ্তী সময়ত আশ্ৰয় শিৱিৰলৈ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান কলঙৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাত বহু লোক ইতিমধ্যে শিৱিৰৰ পৰা নিজ গৃহলৈ গৈছে। অৱশ্যে কিছু লোকৰ গৃহৰ পৰা এতিযাও পানী সম্পূৰ্ণ
Author: GTM Desk
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। চুৰি- ডকাইতিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সাধাৰণ জনসাধাৰণ বিবুধিত পৰিছে । এফালে বানপানী,আনফালে আকৌ সঘনাই চুৰি-ডকাইতিৰ ঘটনাই স্থানীয় জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। অপৰাধজনিত ঘটনাসমূহ ৰোধ কৰাত আৰক্ষী প্ৰশাসন
নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–এগৰাকী মৰম লগা ছাত্ৰ। এইগৰাকী মেধাৱী ছাত্ৰই অসম আৰক্ষীত জনহিতাৰ্থে সেৱা কৰাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰজনৰ ঘৰ নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উৰিয়াগাঁৱৰ চুতিয়াগাঁৱত। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰজন বৰ্তমান আক্ৰান্ত এক অতি জটিল তথা অতিকৈ দুৰাৰোগ্য ৰোগত। ফলত ছাত্ৰজনৰ
নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–নগাঁও জিলাৰ কলিয়াবৰৰ বানপীড়িত অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই উভটি অহাৰ সময়তে ৩জুলাইৰ সন্ধিয়া কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স দুৰ্ভাগ্যজনকভাৱে দূৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাটোত ডাঃ উপেন্দ্ৰ কাকতি নামৰ এজন চিকিৎসকৰ লগতে দুজন চিকিৎসা কৰ্মী আৰু চালকজন গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল। ইয়াৰ ভিতৰত কলিয়াবৰ
নিউজ ব্যুৰ’,নগাঁও,২১জুলাই :–অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ১ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ ৰবিবাৰে সামৰণি পৰে। অসমৰ পুৰণি স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ছহিদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ দিনীয়াকৈ অনুষ্ঠিত শিবিৰৰ লগত সংগতি ৰাখি দুপৰীয়া সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়