আদি-অন্ত-মহাদেৱ, শিৱ-শংকৰ-চম্ভু-মহাদেৱ, মহাদেৱক শাস্ত্ৰত সংসাৰৰ মৰ্য্যদা দিয়া হৈছে। মহাদেৱৰ জন্মৰ বিষয়ে বেলেগ বেলেগ পুৰাণত বেলেগ বেলেগ কথাৰে প্ৰচলিত আছে।শিৱপুৰাণৰ মতে মহাদেৱক চম্ভু মনা যায়, ইয়াৰ অৰ্থ হৈছে তেওঁৰ উৎপত্তি নিজে হৈছিল আৰু অন্তও নিজে হব। বিষ্ণু পুৰাণৰ মতে এবাৰ ব্ৰহ্মাক এটা সৰু লৰা’ৰ প্ৰয়োজন হৈছিল।সেইবাবে ব্ৰহ্মাই ঘোৰ তপস্যা কৰিছিল আৰু
Author: GTM Desk
শীতকালত গা ধুৱাৰ কথা ক’লে বহুতৰে ভয়ত যেন হাত ভৰি লুকায়৷ যদি বতৰ ডাৱৰীয়া হয় তেতিয়া হ’লেতো কথাই নাই৷ শীতকালত বহুতে দিনৰ পাছত দিন ধৰি গা ধুবলৈ বাদ দি পলায়৷ ইয়াৰ বিপৰীতে বহুতে আৰু প্ৰচণ্ড শীততো ঠাণ্ডা পানীৰে গা ধুই ভাল পায়৷ তেওঁলোকৰ যুক্তি বিষেহে বিষ আঁতৰ কৰিব পাৰে৷ শীত
শীত অহাৰ লগে লগে বিভিন্ন ধৰণৰ ফ্লুৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়৷ যিমানেই স্বাস্থ্যবান লোক হওক বা ৰোগ প্ৰতিৰোধ যিমানেই বেছি নহওক কিয় শীতকালত এনে ৰোগৰ ভয়াৱহতা আঁতৰি নাযায়৷ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিহেতু সম্পূৰ্ণ ৰূপে বিকাশিত নহয় গতিকে তেওঁলোকৰ সংক্ৰমণ আৰু ফ্লু হোৱাৰ আশংকা বেছি থাকে৷ সেই বাবে অভিভাৱকসকলে শীতকালত
দিনটোৰ আৰম্ভণিতে কোনো বেমেজালিয়ে দেখা দিলে গোটেই দিনটোতে তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্যৰক্ষাৰ কেতবোৰ নিয়ম মানি চলিব পাৰিলে শৰীৰ সুস্থ আৰু সৱল হৈ থাকে৷ এই ক্ষেত্ৰত সময়মতে উঠা, শোৱা, খাদ্য গ্ৰহণ আদিৰ ওপৰত সুস্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল৷ কৰ’না কালত দৈনন্দিনৰ এই ৰুটিন সলনি হোৱাৰ ফলত মানুহ নানা ধৰণৰ ৰোগত আক্ৰান্ত
ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷