অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ছাগলীয়া আৰক্ষী ।। আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বিহাৰৰ পৰা বৰপেটা অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আল্ট্ৰা বাহনত তালাচি চলায়। আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–নগাঁও জিলাৰ চামগুৰিৰ এটা চেটেলাইট চেনেলৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু এবছৰ পাৰ হ’ল যদিও বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সুদুত্তৰ পোৱা নাই বুলি অভিযোগ উঠিছে । মংগলবাৰে বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত ফটো সাংবাদিকগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷ একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাৰ বেদনা সহিব নোৱাৰি এতিয়া
নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :-নগাঁও চহৰৰ সমীপৰ আমোলাপট্টিত গৃহস্থ নথকাৰ সুবিধা লৈ চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী । মংগলবাৰে নিশা প্ৰশান্ত কুমাৰ বৰাৰ ঘৰত এক চুৰিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে,চিকিৎসাজনিত কাৰণত গুৱাহাটীৰ পৰা প্ৰশান্ত কুমাৰ বৰা মঙলবাৰে নিশা নগাঁও চহৰৰৰ আমোলাপট্টিৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰৰ দুৱাৰৰ খোলা অৱস্থাত
নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–কৃষক সকলৰ সুবিধাৰ্থে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত ৰহা মহকুমা কৃষি বিভাগৰ অধীনস্থ বগৰিগুৰি পথাৰত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভণি কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত ৰহাৰ বগৰিগুৰি পথাৰৰ প্ৰায় ৩০০বিঘা মাটিত যান্ত্ৰিক
GUWAHATI,July 17: Assistant High Commissioner of Bangladesh High Commission, Guwahati Ruhul Amin along with other officials visited Girijananda Chowdhury University in Azara on Monday to explore and strengthen collaborations between India and Bangladesh and also possible collaboration between GCU and Bangladesh universities.In a reception organized on the occasion, Prof. Kandarpa