Advertisement

Author: Shahnawaz Hamza

নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সঙ্কল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ

নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সঙ্কল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ

কেবিনেট সচিব ড০ টি ভি সোমনাথনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত নিটি আয়োগে আয়োজন কৰা ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণি অধিৱেশনত আই গ’ট কৰ্মযোগী মঞ্চত কৰ্মযোগী সংকল্প মুকলি