বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ
Author: Shahnawaz Hamza
উত্তৰ কোৰিয়াই আজি নিচেই পুৱাতে কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা হ্ৰস দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে। দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰ পৰীক্ষণে অঞ্চলটোত শান্তিৰ
আজি সন্ধ্যা টীয়কৰ লাহিং লক্ষীবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু হয় l জানিব পৰা মতে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত হঠাৎ অহা উদঙীয়া গৰু খুন্দিয়াই কৰুণ ভাৱে
কেন্দ্রীয় জল শক্তি মন্ত্রালয়ে ৫ জানুৱাৰীত ৰাজ্যিক জল সম্পদ মন্ত্ৰীসকলৰ দুদিনীয়া সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে ২০৪৭ চনৰ বাবে জল দৃষ্টিভংগী।
গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত কালি গ্রন্থপ্রেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ১০ বজাত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশা পৰ্যন্ত গ্ৰন্থৰ সান্নিধ্য বিচাৰি শিক্ষাৰ্থী,