Author: GTM Desk

নগাঁৱৰ জামুগুৰিত ডেৰ শতাধিক লোকৰ চকু পৰীক্ষা

নগাঁৱৰ জামুগুৰিত ডেৰ শতাধিক লোকৰ চকু পৰীক্ষা

  নিউজ ব্যুৰ’,নগাঁও,৪জুলাই:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ গৰখীয়া থান প্ৰাংগণ আৰু ৯০নং জামুগুৰি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এটি চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। নগাঁও স্বাস্থ্য বিভাগৰ চকু চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰা চিকিৎসা শিবিৰটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অনন্ত নাথে। ইয়াৰ পিছতে চকু চিকিৎসা শিবিৰৰ মুকলি কৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি

নগাঁৱত বানাক্ৰান্তৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা,বান পীড়িত জনসাধাৰণৰ সহায়-সাহাৰ্য ১৫আগষ্টৰ পূৰ্বে লাভ কৰাৰ নিৰ্দেশ

নগাঁৱত বানাক্ৰান্তৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা,বান পীড়িত জনসাধাৰণৰ সহায়-সাহাৰ্য ১৫আগষ্টৰ পূৰ্বে লাভ কৰাৰ নিৰ্দেশ

নিউজ ব্যুৰ’,নগাঁও,৪জুলাই :–মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য,পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত এখন পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত অতিৰিক্ত আয়ুক্ত তথা মুখ্য

কাজিৰঙাত হাহাকাৰ,বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন

কাজিৰঙাত হাহাকাৰ,বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন

নিউজ ব্যুৰ’,নগাঁও,৪জুলাই:–ৰাজ্যত বানৰ তাণ্ডৱলীলা ৷ বন্য জীৱ-জন্তুৰ বিপদ-বিপত্তিৰ সীমা নোহোৱা হৈছে ৷ দিকবিদিক হেৰুৱাই আনকি মানুহৰ বাসস্থলীটো বন্য জীৱই আশ্ৰয় লোৱা দেখা গৈছে ৷ এনে দুৰ্যোগৰ সময়ত বন্যপ্ৰাণীক ৰক্ষণা-বেক্ষণ দিয়াৰ বিপৰীতে একাংশই তাৰে সুবিধা গ্ৰহণ কৰিছে ৷ একাংশ পশু তুল্য মানুহে হত্যা কৰিছে বন্য জীৱ-জন্তু ৷ বাগৰিৰ পৰা হৰিণাৰ মাংসসহ

মঙ্গলদৈ নদীৰ বাঢ়নী পানীত শলিল সমাধি এজনৰ

মঙ্গলদৈ নদীৰ বাঢ়নী পানীত শলিল সমাধি এজনৰ

ৰাতিপুৱা নদীত গা ধুব গৈছিলপ্ৰফুল্ল নগৰৰ লালচান্দ চৌহান আৰু জপছিয়া চৌধুৰী নামৰ দুজন লোক।গা ধুব গৈ নদীৰ পাৰত ভৰা নদী পাৰ হোৱাৰ ৬০০ টকাৰ জেদ লাগে দুয়োৰে।সেই মতে নদী পাৰ হব লওঁতে নদীত উটি যায় লালচান্দ চৌহান নামৰ 40 বছৰীয়া ব্যক্তি গৰাকী।লগে লগে হুলস্থুল লাগে পাৰত থকা লোকৰ মাজত। খবৰ

দৰঙৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা

দৰঙৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা

যুৱ সমাজকৰ্মী আব্দুল কাছিম সভাপতি নিৰ্বাচিত বৰদৌলগুৰি সমবায় সমিটিৰ পুৰনা সমিটি ভংগৰ পিছত নতুন সমিটি গঠন ছিপাঝাৰৰ বৰদৌলগুৰি সমবায় সমিতিৰ নতুন সভাপতি নিৰ্বাচন পূৰ্বৰ সভাপতিৰ অনাস্হাৰ পিছত ১১জনীয়া সদস্যৰ সমৰ্থন মৰ্মে সমবায় সমিতিৰ পঞ্জীয়কৰ উপস্থিতিত নিৰ্বাচিত হয় বিশিষ্ট সমাজকৰ্মী আব্দুল কাছিম নব-নিৰ্বাচিত সভাপতি আব্দুল কাছিমক বিভিন্ন জনে শুভেচ্ছা জনোৱাৰ লগতে