বিশ্বজুৰি জনপ্ৰিয় এবিধ সাজ হৈছে জিন্স পেণ্ট । জিন্সৰ কাপোৰ বেয়া পোৱা মানুহ খুব কমেই আছে । কেজুৱেল কাপোৰ হিচাপে জিন্স জনপ্ৰিয় হোৱাৰ মূলতে হ’ল যে , ই যথেষ্ট আৰামদায়ক, বহু দিন যোৱাৰ লগতে বহু দিনলৈকে নোধোৱাকৈ পিন্ধিব পাৰি । কিন্তু আপুনি এইকথা মন কৰিছেনে যে, জিন্স পেণ্টৰ পকেটৰ লগত আন এটা
Author: GTM Desk
সকলোৱে জানে যে চিগাৰেট সেৱন কৰাটো মাৰাত্মক হ’ব পাৰে। কিন্তু ইয়াৰ পিছতো এই আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ্থ হয়। আপুনি জানে যে ধুম্ৰপান স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক! মন কৰিবলগা কথা যে যিকোনো ধৰণৰ আসক্তিয়ে আমাৰ শৰীৰৰ লগতে মানসিক ক্ষতি সাধন কৰিব পাৰে। যদি আপুনি বিভিন্ন চেষ্টাৰ পিছতো চিগাৰেট সেৱনৰ অভ্যাস কম কৰিবলৈ অক্ষম
বৰ্তমান শীতৰ সময় । ঠাণ্ডাৰ পৰা বাচিবলৈ বহুতে এই সময়ছোৱাত ৰুম হিটাৰ ক্ৰয় কৰে । শীতকালত হিটাৰৰ আৱশ্যক হয় যদিও আমি কেতিয়াও হয়তো ভাবি নেচাও যে , ইয়াৰ কিছুমান বেয়া প্ৰভাৱ আছে । কাৰণ একাংশ বিশেষজ্ঞই ৰুম হিটাৰ এক ক্ষতিকাৰক সামগ্ৰী বুলি উল্লেখ কৰিছে । ১/ হিটাৰৰ ভিতৰত বিভিন্ন ধৰণৰ ধাতব
জন্মৰ পৰা ছয় মাহ পৰ্যন্ত এটি শিশুয়ে মাতৃৰ দুগ্ধ পান কৰে । কিন্তু মাতৃ দুগ্ধ এৰাৰ পিছত শিশুটিৰ খাদ্য তালিকা সলনি হয় । অৰ্থাৎ ছয় মাহৰ পিছৰ পৰা শিশুটিৰ খাদ্য তালিকা কেনে হোৱা উচিত ? পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি এটি ছয় মহীয়া শিশুক প্ৰথম অৱস্থাত বিভিন্ন ফলৰ ৰস , যেনে-ডালিমৰ ৰস , কমলাৰ ৰস আদি
নহৰু হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে বহু প্ৰভাৱশালী খাদ্যপদাৰ্থ । হয়,খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও নহৰুৱে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিব পাৰে । জানো আহক অন্য গুণাগুণসমূহ… নহৰু এবিধ শ্বেত বৰ্ণৰ কাণ্ড আৰু পাচলিজাতীয় শস্য । ভাৰতবৰ্ষৰ প্ৰায় সকলো লোকে ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা দেখা যায় । নহৰু সাধাৰণতে