Author: GTM Desk

মুকালমুৱাৰ বুৰলিতপাৰত বোৱাৰী নিৰুদ্দেশৰ ঘটনা

মুকালমুৱাৰ বুৰলিতপাৰত বোৱাৰী নিৰুদ্দেশৰ ঘটনা

নলবাৰী জিলাৰ মুকালমুৱাৰ বুৰলিতপাৰৰ ফৰিদা বেগম নামৰ বোৱাৰী জনী ঘৰৰ পৰা নিৰুদ্দেশ হয় । ফৰিদা বেগমৰ স্বামী নবী হুছেইন জানিব দিয়া মতে যোৱা দেওবাৰে সন্ধিয়া ফৰিদা বেগমে নিজ গৃহৰ পৰা ৭ বছৰীয়া লৰা জনক লৈ ঘৰৰ পৰা ঘৰৰ ওচৰৰ ছানিদুল ইছলামৰ লগত পলাই যোৱাৰ সন্দেহ স্বামী নবী হুছেইনৰ । ঘৰৰ

বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহত, এজনৰ অৱস্থা সংকটজনক

বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহত, এজনৰ অৱস্থা সংকটজনক

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–ভয়াবহ ৰূপত বৃদ্ধি পোৱা বানে এফালৰ পৰা বুৰাই পেলাইছে সমগ্ৰ ৰাজ্য। বানত ককবকাইছে জীৱকূলে। দিগবিদিক হেৰুৱাই ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বন্যপ্ৰাণী। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণীৰ বাবে আতংকিত হৈ পৰিছে ৰাইজ। নগাঁৱৰ কেবাটাও স্থানত বাঘে সন্ত্ৰাস চলোৱাৰ বাতৰি আহিছে । নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ (ধিং ৰাজহ

লেখিকা সমাৰোহ সমিতিৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭খন গ্ৰন্থ

লেখিকা সমাৰোহ সমিতিৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭খন গ্ৰন্থ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–নগাঁও লেখিকা সমাৰোহ সমিতিৰ এটা সজাঁতি দলে বুধবাৰে বিয়লি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭খন গ্ৰন্থ আগবঢ়ায়। সমিতিৰ সদস্যাসকলে নিজে লিখা আৰু সম্পাদনা কৰা গ্ৰন্থৰ উপৰিও আন প্ৰতিষ্ঠিত লেখকৰ কিছু গ্ৰন্থও ক্ৰয় কৰি মহাবিদ্যালয়খনলৈ গৈ প্ৰদান কৰে। উল্লেখ্য যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীৰ আহ্বানৰ প্ৰতি সঁহাৰি

কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–বানপানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰত বানপীড়িত ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বান পানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লোকে মঙ্গলবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাৱ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় গ্ৰহণ কৰিছে। এই বান পীড়িত লোকসকলে

Guwahati Airport Appoints New Chief Airport Officer

Guwahati Airport Appoints New Chief Airport Officer

GUWAHATI, July 3 The Lokpriya Gopinath Bordoloi International Airport (LGBIA) in Guwahati is delighted to announce the appointment of Ashwin Noronha as the new Chief Airport Officer. Ashwin transitions to Guwahati Airport from his role as Chief Operating Officer at Mumbai International Airport Limited. With a rich background in the