Author: GTM Desk

শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !

শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !

হাড় আৰু দাঁত সুস্থ হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম গ্ৰহণ কৰাৰ বিকল্প নাই। একেদৰে সুস্থ হৈ থাকিবলৈ দৈনন্দিন খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি থকাটো গুৰুত্বপূৰ্ণ, লগতে পৰ্যাপ্ত পৰিমাণত ভিটামিন আৰু খনিজ পদাৰ্থও থকাটো গুৰুত্বপূৰ্ণ। আৰু এই খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থটো হ’ল কেলচিয়াম। বয়স বৃদ্ধিৰ লগে লগে শৰীৰত

বিভিন্ন ৰোগৰ ঔষধ আমলখি!

বিভিন্ন ৰোগৰ ঔষধ আমলখি!

১) মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়। ২) চুলি সৰা: কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়। ৩) সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগ: এই বেমাৰত আমলখিৰ ৰসে সুফল দিয়ে। নিয়মীয়াকৈ কেঁচুৱাক ইয়াৰ ৰস ১০ গ্ৰামকৈ প্ৰতিদিনে খুৱাব শিশুৰ পয়ালগা ৰোগ

গেছৰ সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে

গেছৰ সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে

 বৰ্তমান ক’ৰোণাৰ সংক্ৰমণৰ পিছত ইয়াৰ পৰা সকাহ পাবলৈ সকলোৱে এক স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। তথাপিও কিছুমান সমস্যা আছে যি মানুহক অতি সহজে এৰি নাযায়। মানুহৰ দৈনন্দিন জীৱনত প্ৰায়েই কিছুমান স্বাস্থ্য সমস্যা থাকে যাৰ কোনো স্থায়ী সমাধান নাই। এই সমস্যা বোৰৰ ভিতৰত এটা সচৰাচৰ সমস্যা

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি ? ইয়াৰ আঁৰৰ কাৰণ কি ?

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি ? ইয়াৰ আঁৰৰ কাৰণ কি ?

যদি আপুনিও থিয় হৈ থকা অৱস্থাত মূৰ ঘূৰোৱা অনুভৱ কৰে বা কেতিয়াবা হঠাতে মূৰ্চ্ছা যায়। আৰু ইয়াৰ আঁৰৰ কাৰণ বুজিব বিছাৰে, তেন্তে এই বাতৰিটোত আমি আপোনাক ক’ম যে কিয় এনেকুৱা হয় আৰু ইয়াৰ দ্বাৰা শৰীৰত কি প্ৰভাৱ পৰিব পাৰে। আচলতে অৰ্থষ্টেটিক আৰু পষ্টুৰেল হাইপ’টেনচনৰ ফলত হঠাতে ভেৰ্টিগো হ’ব পাৰে যিটো

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

সৰু সৰু কথাতে অত্যাধিক উত্তেজিত নহ’ব। বিপদ হ’ব পাৰে। আপুনি অসুস্থ হ’ব পাৰে। মৃত্যুৰ আশংকাও আছে। শিশুকালৰ পৰাই ঘৰত শিকোৱা হয়, বেছি উত্তেজিত হ’ব নালাগে। কিন্তু কিয়? ২০১২ চনত আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাৰাক অবামা এখন ৰেষ্টুৰেণ্টত হঠাৎ প্ৰৱেশ কৰাৰ বাবে তাত উপস্থিত থকা এজন বৃদ্ধৰ উত্তেজনাতে মৃত্যু হৈছিল। ক্ৰিকেট