আগতে চাইকেল প্ৰতিখন ঘৰৰে এক অবিচ্ছেদ্য অংগ আছিল।কিন্তু গাড়ীৰ প্ৰয়োভৰত এতিয়া চাইকেল লোপ পোৱাৰ দৰেই হ’ল।কিন্তু আপুনি জানি আচৰিত হ’ব যে চাইকেল আমাৰ শৰীৰৰ বাবে ঔষধ স্বৰূপ।হয়, যদি আপুনি সদায় সুস্থ হৈ থাকিবলৈ বিচাৰে, তেনেহ’লে দৈনিক চাইকেল চলাওঁক।এই পৰামৰ্শ চিকিৎসকৰ।চিকিৎসকৰ মতে, চাইকেল চলাই আমি ওজন তথা কলেষ্টেৰল হ্ৰাস কৰা, হাড়
Author: GTM Desk
অৱশেষত আহিল ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ডি এন এ ৰিপ’ৰ্ট। এই ৰিপ’ৰ্ট অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটো নাছিল সুনীল গগৈৰ। মৃতদেহটো প্ৰকৃততে আছিল জাহাংগীৰ হুছেইনৰহে। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এক সংবাদ মেল সম্বোধন কৰি আজি এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত কয়, সুনীল গগৈৰ ঘৰৰ পৰা প্ৰায়
কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ আতঁৰাই নিয়াতো অগপ দলৰ বাবে অপমান জনক ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ কাজিৰঙাত এক সংবাদ মেলযোগে অখিল গগৈয়ে মন্তব্য কৰে যে কেশৱ মহন্তই স্বাস্থ্য বিভাগটো সুন্দৰভাৱে চলাই থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৰা এই অপমানৰ বিৰুদ্ধে দলৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ লগতে দলৰ বিষয়ববীয়া
মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ সতৰ্কতা জাৰি ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত এই তালিকাত আছে চানমাৰি,কাহিলিপাৰা,খানাপাৰা,বোন্দা ইত্যাদি
অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন জোৱান গুলীবিদ্ধ হৈ মৃত্যু হয়। বুধবাৰে পুৱা প্ৰায় ৫.২৫ বজাত সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন আম্বেদকাৰ নগৰৰ ২৫ বছৰীয়া শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,মৃত জোৱানজনৰ সতীৰ্থ সকলে পুৱা সেই স্থানত গুলীৰ শব্দ শুনে। লগে লগে উক্ত