Author: GTM Desk

ৰাজ্যৰ ৮খন জিলাত ৰেড এলাৰ্ট, কেতিয়ালৈ অব্যাহত থাকিব বৰষুণ? ডাঙৰ আপডেট দিলে বতৰ বিজ্ঞান বিভাগে

ৰাজ্যৰ ৮খন জিলাত ৰেড এলাৰ্ট, কেতিয়ালৈ অব্যাহত থাকিব বৰষুণ? ডাঙৰ আপডেট দিলে বতৰ বিজ্ঞান বিভাগে

আজি আৰু কাইলৈ অসমৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। ৮খন জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ১২খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ১৫খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজিৰ দিনটোত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু ডি হাছাও

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি। মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে মীন, আবকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দায়িত্ব দিয়া হৈছে মহন্তক। মীন, আবকাৰী বিভাগৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ হাতত।

Two-day long Workshop held in Tihu

Two-day long Workshop held in Tihu

GUWAHATI,June 17: A two-day long workshops were conducted on “Vermicomposting and it’s application” and “Solid Waste Management” at Jalkhana Bhathuakhana High School in Tihu on 14 and 15 June. The programme was sponsored by Ministry of Environment, Forest and Climate Change, govt. Of India and Organized by Assam Science Technology

আজি পবিত্ৰ ঈদ-উল-আজহা, বিশ্বজুৰি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ উদযাপন

আজি পবিত্ৰ ঈদ-উল-আজহা, বিশ্বজুৰি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ উদযাপন

আজি পবিত্ৰ ঈদ-উল-আজহা। বিশ্বজুৰি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদৰ উছাহ। পুৱাই ঈদগাহ-মছজিদত নামাজত অংশগ্ৰহণ ইছলামধৰ্মী লোকৰ। ঈদ-উল-আজহাত কুৰবাণী দিয়াৰ আছে বিশেষ প্ৰথা। প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ম্লান ঈদৰ আনন্দ। ঈদগাহ আৰু মছজিদ চৌহদত পানী জমা হোৱাত নামাজত বাধাৰ সৃষ্টি হৈছে। ঈদ-উল-আজহাৰ ইতিহাস এই উদযাপনত খ্ৰীষ্টান আৰু ইহুদী ধৰ্মত ইব্ৰাহীম বুলিও

মহৌষধ তেজপাত! ছালৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যতালৈ… এখিলা তেজপাতে সলনি কৰিব আপোনাৰ জীৱন!

মহৌষধ তেজপাত! ছালৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যতালৈ… এখিলা তেজপাতে সলনি কৰিব আপোনাৰ জীৱন!

আমাৰ আশে-পাশে এনে বহু পাত, ফুল আদি আছে যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। এনে এটা পাত হ’ল তেজপাত। ইয়াত এণ্টি অক্সিডেন্ট, কপাৰ, কেলচিয়াম আৰু আইৰণ আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰৰ বিভিন্ন সমস্যা ৰোধ কৰাত সহায় কৰে। জনপ্ৰিয় বিশেষজ্ঞ প্ৰিয়ংকা জয়ছোৱালে কয় যে তেজপাতৰ চাহ খোৱাটো স্বাস্থ্যৰ বাবে অতি