কংগ্ৰেছত চাফাই হ’ব গাড্ডাৰ, বিশ্বাসঘাতক৷ গাড্ডাৰ, বিশ্বাসঘাতকক আঁতৰাবলৈ কংগ্ৰেছৰ আইনী যুঁজ৷ আইনী যুঁজৰ দায়িত্বত নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন৷ কংগ্ৰেছৰ ভোটত জয়লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন কৰা ৫ বিধানসভা সমষ্টিত কংগ্ৰেছ বিচাৰিছে উপ-নিৰ্বাচন৷ যি ৫ সমষ্টিৰ কংগ্ৰেছী বিধায়কক পূৰ্বে নিলম্বন কৰিছিল৷ দলৰ বিৰুদ্ধাচৰণ কৰি চৰকাৰী পক্ষক সমৰ্থন কৰা
Author: GTM Desk
দাম কমিল ঔষধৰ। বিগত এপ্ৰিল মাহত দাম বৃদ্ধি পাইছিল নিত্য প্ৰয়োজনীয় ঔষধৰ। শনিবাৰে ৫৪বিধ ঔষধ আৰু ফৰ্মুলচনৰ দাম বান্ধি দিলে চৰকাৰে। বিজ্ঞাপন 02 News18 Assam যিসমূহ ঔষধৰ কাম কমোৱা হৈছে, তাৰ ভিতৰত আছে মাল্টি ভিটামিন, ডায়েবেটিছ, হাৰ্ট আৰু কাণৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধ। ফলত বহু পৰিমাণে স্বস্তি লাভ কৰিব সাধাৰণ
বতৰক লৈ আহিছে ভয়ংকৰ খবৰ। ৰাজ্যত বতৰে ধাৰণ কৰিব কৰিব সংহাৰীৰ ৰূপ। ১৬ জুনত সমগ্ৰ অসমত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে অৰুণাচল প্ৰদেশটো জাৰি কৰিছে Orange Alert। আনহাতে মেঘালয় ১৬ জুনত জাৰি কৰা হৈছে Red Alert, আৰু মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত জাৰি কৰা হৈছে Yellow Alert। ১৮
অংকিতা সিং নামৰ বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। স্বামী মনোজ ডেকা আৰু শাহুৱেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অংকিতা পৰিয়ালৰ। স্বামী আৰু শাহুৱেকৰ নিৰ্যাতনৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ। থানাত এজাহাৰ দাখিল অংকিতা পৰিয়ালৰ।
গুৱাহাটী,১৫ জুন:এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ হওক ৰাজ্যিক পথ সমূহ । তাৰ সমন্তৰালভাৱে মহানগৰীৰ ধাৰাপুৰতও এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰৰ বিভিন্ন ৰাজ পথ তথা পানীত ডুব যায় বহু পৰিয়ালৰ চোতাল , ঘৰসমূহ । ধাৰাপুৰৰ ধোপৰতল , কোচপাৰা , নতুন বস্তি, ধাৰাপুৰ