Author: GTM Desk

যুৱতী দেখিলেই এৰি নিদিয়ে জানমণি আৰু তেওঁৰ বন্ধুৱে! ৰাস্তাৰে যুৱতী যোৱা দেখিলে কৰে অপকৰ্ম!

যুৱতী দেখিলেই এৰি নিদিয়ে জানমণি আৰু তেওঁৰ বন্ধুৱে! ৰাস্তাৰে যুৱতী যোৱা দেখিলে কৰে অপকৰ্ম!

হিন্দী চিনেমাত খলনায়কে কৰা কাণ্ডৰ সংঘটিত হৈ আছে অসমৰ ভিন্নপ্ৰান্তত। কৰবাত যদি ফুৰিবলৈ যোৱা যুৱক-যুৱতী নিৰ্যাতনৰ বলি হ’ল দুষ্ট চক্ৰৰ আৰু কৰবাত যুৱকৰ দলবদ্ধ অপকৰ্মৰ বলি হ’ল সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা যুৱতী। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মহিলাৰ শ্লীলতা হানিৰ ঘটনাই। এইবাৰ ৰহাৰ পৰা আহিছে আন এক শিহৰণকাৰী ঘটনা। বিগত কেইবাদিন

বৈশাগু উৎসৱ চাবলৈ যোৱা ২ যুৱতীৰে অপকৰ্ম! তাৰ পিছত অপকৰ্মৰ অভিযুক্তৰ প্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ!

বৈশাগু উৎসৱ চাবলৈ যোৱা ২ যুৱতীৰে অপকৰ্ম! তাৰ পিছত অপকৰ্মৰ অভিযুক্তৰ প্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ!

ভয়ংকৰ! শিহৰণকাৰী! গাৰ নোম শিয়ৰি উঠা এক ঘটনা! গোৱালপাৰাৰ দুধনৈত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা। ৩ মে’ দুধনৈত বৈশাগু অনুষ্ঠান চাবলৈ গৈছিল ২ যুৱতীয়ে। কিন্তু বৈশাগু উৎসৱ চাই উভতি অহাৰ পিছেত সংঘটিত হয় শিহৰণকাৰী ঘটনা। ৩ নৰখাদ যুৱকে প্ৰথম বৈশাগু উৎসৱ চাই উভতি অহা যুৱতীক অপকৰ্ম কৰে। তাৰ

Book released in memory of Veteran journalist

Book released in memory of Veteran journalist

PALASBARI,May 17: A book called Rajat Jyoti, which was brought out in memory of Rajat Baishya, a veteran correspondent of Dainik Asom based in Dharapur (Azara ), was released on Thursday ( May 16 ) by Senior Journalist Prakash Mahanta.Addressing a well attended commemorative meeting held under the Chairmanship of

কুকুৰমাৰাত কৃতি ছাত্ৰ – ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান

কুকুৰমাৰাত কৃতি ছাত্ৰ – ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান

গুৱাহাটী,১৮ মে’: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰ আৰু লখিমী সামাজিক বিকাশ সংস্থাৰ সহযোগত আজি এখনি বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হয়। ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলত অনুস্থিত এই অনুস্থানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থী সকলোক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত পাঁচখন বিদ্যালয়ৰ শিক্ষকৰ লগতে

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছাঁ ,সাত দিনীয়া শোক দিৱস অগপৰ

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছাঁ ,সাত দিনীয়া শোক দিৱস অগপৰ

আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে। আজি ৰাতিপুৱা ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে। ১৯৮৫ চনত গোলাঘাটত জন্মগ্ৰহণ