Author: GTM Desk

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমানৰ অভিযোগ। ইজনৰ পিছত সিজন কণ্ঠশিল্পী অপমানিত হৈছে বিহু মঞ্চত। কিছুদিন পূৰ্বে কণ্ঠশিল্পী মৌচুম গগৈ, পদ্মনাভ বৰদলৈকে ধৰি বহুকেইগৰাকী শিল্পী অপমানিত হৈছিল বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ। এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ সৈতে।বিহু কমিটীয়ে সান্নিধ্য ভূঞাৰ সৈতে

ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষক বীৰেন দাসক আটক..

ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক আৰক্ষীয়ে আটক কৰে।আটক কৰা প্ৰধান শিক্ষকজন ৰঙিয়াৰ মধুকুছিৰ বীৰেন দাস বুলি আৰক্ষী সূত্ৰই জনায়।ঘটনাৰ বিৱৰণী অনুসৰি নৱজীৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দাসে নিজ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উক্ত ঘটনাৰ পিছতে ছাত্ৰী দুগৰাকীয়ে পিতৃ মাতৃক ঘটনা সন্দৰ্ভত অৱগত

ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…

ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…

দুমাহে কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা অনিমা ৰায়ৰ । ইয়াকেলৈ অঞ্চল জুৰি শোকৰ ছাঁ । ধুবুৰী জিলাৰ চৰাইখোলা গাঁওৰ ৰবীন্দ্ৰ নাথ ৰায়ৰ পত্নী আছিল অনিমা ৰায় । অনিমাৰ দুটা কণমানি ছোৱালী এৰি অনিমা কলৈ গল আজিও পৰিয়ালে নাপালে কোনো সন্ধান । কৰ্ম সুত্ৰে অনিমাৰ স্বামী ৰবীন্দ্ৰৰ মাতৃ পিতৃ কণমানি

বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ…

বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ…

-বোকাখাতৰ কুৰুৱাবাহীত অঘটন। -নিকৰিঘাটৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ। -বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। -যুৱকজন কুৰুৱাবাহী সত্ৰৰ হেম শইকীয়াৰ পুত্ৰ টুটুকন শইকীয়া। -ধনশিৰি নদীত সলিল সমাধি ঘটা বুলি সন্দেহ স্থানীয় ৰাইজৰ। -মাছমৰীয়াৰ জালত লাগি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।

পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…

পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। পংখী সন্দিকৈক হত্যাৰ অভিযোগত স্বামী নিতিকেশক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ফাঁচি দিয়াৰ দাবীত আজি শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।শিৱসাগৰ নগৰত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পালন কৰা এই কাৰ্যসূচীত জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অংশগ্ৰহন