Author: Shahnawaz Hamza

নগাঁৱৰ শেনচোৱাত কৃষি মেলা আৰু প্ৰদৰ্শনী সম্পন্ন,স্মৰণিকা “সৃজন” উন্মোচন

নগাঁৱৰ শেনচোৱাত কৃষি মেলা আৰু প্ৰদৰ্শনী সম্পন্ন,স্মৰণিকা “সৃজন” উন্মোচন

গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আচঁনি ২০২২ নগাঁও গোটৰ দ্বাৰা আৰু নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত আজি নগাঁও জিলাৰ শেনচোৱাৰ অমৰ বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখনি কৃষি মেলাৰ অনুষ্ঠিত হৈ যায়