Author: Shahnawaz Hamza

পাঁচ শতাধিক শিশু আৰু পিতৃ-মাতৃৰ উদুলি-মুদুলি মিলনপুৰ,অকণি মেলৰ ‘অকণিৰ বাৰ্তা’ উন্মোচন

পাঁচ শতাধিক শিশু আৰু পিতৃ-মাতৃৰ উদুলি-মুদুলি মিলনপুৰ,অকণি মেলৰ ‘অকণিৰ বাৰ্তা’ উন্মোচন

“আমাৰো বহুত সপোন আছে” শীৰ্ষক বাণীৰে আজি অকণিৰ মেলৰ উদ্যোগত আয়োজন কৰা শিশু সমাৰোহত পাঁচ শতাধিক শিশুৰ লগতে অভিভাৱকৰে উদুলি-মুদুলি হৈ পৰিল নগাঁৱৰ মিলনপুৰ । নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ খাগৰিজান