Author: Shahnawaz Hamza

১-২ জুনত সৰুসজাইত অনুষ্ঠিত হ’ব ৰাজ্যিক মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতা

১-২ জুনত সৰুসজাইত অনুষ্ঠিত হ’ব ৰাজ্যিক মাষ্টাৰছ এথলেটিক্‌ছ প্ৰতিযোগিতা

অসম এথলেটিক্‌ছ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথম সংখ্যক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিক্‌ছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ