Advertisement

Author: Shahnawaz Hamza

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ চাৰি খেলুৱৈ

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ চাৰি খেলুৱৈ

নিজৰ পাৰদৰ্শিতাৰে  ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিলে নগাৱঁৰ চাৰি খেলুৱৈয়ে। নগাঁও চহৰৰ পৰা ১০ কিল’মিটাৰ নিলগৰ ৰণথলি জলাহ গাঁৱৰ সুসন্তান বিদ্যুৎ বৰাই পাৱাৰলিফটিঙত পাৰদৰ্শিতা অৰ্জনেৰে গৃহ জিলা নগাঁৱৰ লগতে ৰাজ্যখনলৈ